iECHO-এ আপোনাৰ বাবে ECHO সম্প্ৰদায়-ৰ শেহতীয়া ঘটনাৱলীৰ বিষয়ে অৱগত হৈ থকাটো সহজ কৰি তোলে, আমি আপোনাক এই তথ্যসমূহ ECHO Stories আৰু ECHO Updates-ৰ ৰূপত প্ৰদান কৰোঁ।
ECHO Stories
এই শিতানত, আপুনি সমগ্ৰ বিশ্বজুৰি Project ECHO আৰু ইয়াৰ সহযোগী/অংশীদাৰসকলৰ দ্বাৰা অনা প্ৰভাৱৰ কাহিনীসমূহ অন্বেষণ কৰিব পাৰে। এই কাহিনীসমূহে ECHO নেটৱৰ্কৰ সৈতে জড়িত হৈ লাভ কৰা অভিজ্ঞতাৰ ব্যৱহাৰ কৰি ECHO সম্প্ৰদায়সমূহে অৰ্জন কৰা উল্লেখযোগ্য সাফল্যৰ বিষয়ে তথ্য প্ৰদান কৰে।
যদি আপুনি আপোনাৰ ECHO কাহিনীটো iECHO-ৰ হোম পেজত স্থান পোৱাটো বিচাৰে, তেন্তে অনুগ্ৰহ কৰি আমালৈ community@iecho.org-লৈ লিখক।
ECHO Updates
ইয়াত, আপুনি সমগ্ৰ বিশ্বৰ শেহতীয়া আপডেটসমূহ চাব পাৰে যিবোৰত Project ECHO বা আমাৰ যিকোনো hub আৰু superhub অংশীদাৰসকলৰ কাৰ্যসূচী স্থান পাইছে।
যদি আপোনাৰ কাৰ্য কোনো প্ৰমুখ প্ৰকাশন, জাৰ্নেল, মেগাজিন বা অন্য উৎসত স্থান পাইছে, আৰু আপুনি বাকী ECHO সম্প্ৰদায়ৰ সৈতে আপোনাৰ সাফল্য ভাগ-বাটোৱাৰা কৰিব বিচাৰে, তেন্তে অনুগ্ৰহ কৰি আমালৈ ইমেইল কৰক: community@iecho.org